গুৱাহাটী পৌৰ নিগমত নিযুক্তি কেলেংকাৰী:৪০জন কৰ্মচাৰীক বৰ্খাস্ত

A

নিউজ ডেস্ক:

গুৱাহাটী পৌৰ নিগমৰ নিযুক্তি কেলেংকাৰী।বক্ৰ পথেৰে চাকৰি লোৱা অভিযোগত বৰ্খাস্ত ৪০জন কৰ্মচাৰীক।

উল্লেখ্য  যে ২৭আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্খাস্তৰ নির্দেশ কৰ্মচাৰী কেইজনক।

গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু নিগমৰ অধ্যক্ষ দেৱজ্যোতি হাজৰিকাৰ দিনত নিযুক্তি লাভ কৰিছিল কৰ্মচাৰী কেইজনে।

সমগ্ৰ নিযুক্তি কেলেংকাৰী তথ্য অনুসন্ধান সমিতিয়ে  দাখিল কৰাৰ পাছতে বৰ্খাস্ত কৰা হৈছে কৰ্মচাৰী কেইজনক।উল্লেখ্য যে অনুসন্ধান সমিতিৰ প্ৰতিবেদনত কোৱা হৈছে- নিগমৰ শীর্ষ বিষয়াই আনুষ্ঠানিক নিযুক্তি অবিহনে এই সকলক দিয়া হৈছিল নিযুক্তি।

Your Comments