গুৱাহাটীত আৰক্ষীৰ জালত ড্ৰাগছসহ মিজো মহিলা

A

নিউজ ডেস্ক:

গুৱাহাটীৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী মিজো মহিলা।ধৃত মহিলা গৰাকীৰ পৰা জব্দ কৰা হৈছে ৮৫০০ টকা য়াবা টেবলেট (YABA)।মহিলা গৰাকী নাম খুমি খাৱাং(৪৫) বুলি জানিব দিছে আৰক্ষীয়ে।

ডিচিপি শুভ্ৰজ্যোতি বৰা, এচিপি হিমাংশু প্ৰসাদৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হৈছে মহিলা গৰাকী।উল্লেখ্য যে শ্বিলংৰ পৰা আহি ভঙাগৰ কুঞ্জলতা ল'জত বাহৰ পাতি আছিল ধৃত মহিলা গৰাকী।

এছবি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূৰ্বতে গুৱাহাটী জিলা আৰক্ষীয়ে চলাইছিল অভিযান।বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে ধৃত মহিলা গৰাকীক।

Your Comments