নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ লাইনচ্যুত

A

নিউজ ডেস্ক:

নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত।লাইনচ্যুত হয় ৰেলখন।গুৱাহাটীৰ পৰা হাওৰাঘাটলে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।

উল্লেখ্য যে কামৰূপ ছয়গাঁৱত লাইনৰ পৰা বিচ্ছিন্ন হয় ৰেলখন।কথমপি প্ৰাণৰক্ষা পৰিছে যাত্ৰীসকলৰ।

ইফালে প্ৰত্যক্ষদৰ্শীৰ মতে ৰেলখনৰ গতিবেগ বেছি নাছিল।চাৰিটাকৈ ডবা লাইনচ্যুত হৈছে ৰেলগাড়ীখনৰ।

Your Comments