নৃশংসতাৰ বলি হোৱা ধেমাজিৰ মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যু

A

নিউজ ডেস্ক :

নিষ্ঠুৰ নিয়তিৰ ওচৰত মৃত্যুৰে যুঁজ দি অৱশেষত হাৰ মানিলে মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াই।বুধবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰী গৰাকীয়ে।

উল্লেখ্য যে চাৰিদিন পূৰ্বে ৰিণ্টু শৰ্মাই প্রেমজনিত কাৰণত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল।গুৰুতৰভাৱে আহত ছাত্ৰ গৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

ছাত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

Your Comments