অসম আৰক্ষীৰ গুলিত নিহত ৩ ডকাইত

A

নিউজ ডেস্ক:

কোকৰাঝাৰত অসম আৰক্ষীৰ গুলিত নিহত ৩ ডকাইত।বেংকত ডকাইতি সংঘটিত কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰে সংঘৰ্ষত নিহত হয় দুধর্ষ ডকাইত কেইটা।

প্ৰাপ্ত তথ্য অনুসৰি কোকৰাঝাৰ ভোটগাঁৱৰ এলাহাবাদ বেংকত ডকাইত কৰিবলৈ অহা মুহূৰ্তত ৩টা ডকাইত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয়।৬ জনীয়া ডকাইত দলটোৰ বাকী ৩টা ডকাইত পলাই যাবলৈ সক্ষম হয়।ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা পিষ্টল, চিলিণ্ডাৰ, গেছ কাটাৰ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় গুলীয়া-গুলি।৬জনীয়া আছিল দলটো।

Your Comments