কামৰূপ(ম) আৰক্ষীৰ আয়ুক্তৰ দায়িত্বগ্ৰহণ হৰমিত সিঙৰ

A

নিউজ ডেস্ক :

কামৰূপ মহানগৰ জিলা আৰক্ষী আয়ুক্তৰ  দায়িত্ব গ্ৰহণ হৰমিত সিঙৰ ।মুন্না প্ৰসাদ গুপ্তাৰ পৰা গুৱাহাটীৰ আৰক্ষীৰ আয়ুক্তৰ দায়িত্বভাৰ ল'লে  অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান সিঙে।

উল্লেখ্যে  যে দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়ে জনসাধাৰণ তথা সংবাদ মাধ্যমেৰে  মিলি কাম কৰাৰ আশ্বাস হৰমিত সিঙৰ।

গুৱাহাটীক অপৰাধমুক্ত কৰি তোলাৰ বাবে কাম কৰিব বুলি উল্লেখ কৰি সিঙে কয়-প্ৰতিজন মহানগৰবাসীৰ সুৰক্ষাৰ বাবে সষ্টম হৈ থাকিব আৰক্ষী।

Your Comments