নৱম-দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্য চৰকাৰৰ বিনামুলীয়া স্মাৰ্ট ফোন

A

নিউজ ডেস্ক :

শিক্ষাৰ্থীসকল ক'ৰনা ভাইৰাছৰ বাবে শিক্ষা লাভৰ পৰা বঞ্চিত যাতে নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে নৱম- দশম শ্রেণীৰ প্ৰতি গৰাকী ছাত্ৰ- ছাত্ৰীক দিয়া হ'ব বিনামূলীয়া মোবাইল ফোন।৮লাখ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়া স্মাৰ্টফোন।।

সামাজিক মাধ্যম টুইটাৰযোগে ঘোষণা কৰিছে এই কথা।

শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰা বাজেটত উল্লেখ কৰিছিল এই কথা।

Your Comments