মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১০লাখ টকা কংগ্ৰেছ বিধায়িনী দলৰ

A

নিউজ ডেস্ক :

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিনিধিৰ।বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এটা সজাতি দলে সাক্ষাৎ কৰে শৰ্মাক।

ক'ৰনাৰ প্ৰতিৰোধী সংগ্রামলৈ কংগ্ৰেছ বিধায়িনী দলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় ১০ লাখ টকা।

উল্লেখ্য যে  মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত কংগ্ৰেছ বিধায়িনী দলত উপস্থিত থাকে ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ভৰত নৰহ প্ৰমুখ্যে বহুকেইজন বিধায়ক।

Your Comments