হোমেন বৰগোহাঞিৰ মৃত্যুত আলফা স্বাধীনৰ শোক প্ৰকাশ

Homen Borgohain

১২ মে’ বুধ বাৰে অসমৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেৱৰ মৃত্যুত ৰাজ্যৰ সকলো জনতাই শোক প্ৰকাশ কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে আলফা স্বাধীনেও ৷

Ulfa email

বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ই-মেইল বাৰ্তা প্ৰেৰণ কৰি শোক প্ৰকাশ কৰে ৷

Your Comments