গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত অঘটন।এগৰাকী ক'ৰ’নাত আক্রান্তই কৰিলে আত্মহত্যা।
মঙলবাৰে ৰাতি হস্পিতালখনৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰা ক’ভিড আক্ৰান্ত ৰোগী গৰাকী ছয়গাঁৱৰ দীপক দাস বুলি চিনাক্ত কৰা হৈছে।
আত্মহত্যাৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে কেমেৰাত। উল্লেখ্য যে ৰোগীজন যোৱা ৮ মে’ৰ দিনা ভৰ্তি হৈছিল হস্পিতালত।
- Log in to post comments
- 24 views