তিনিচুকীয়াৰ গ্ৰেণেড বিস্ফোৰণৰৰ গ্ৰেণেড সুৰক্ষা বাহিনীৰ হাতৰপৰা ভুলবশতঃ পৰি গ’ল

Grenade blust

বৰ্তমান সুৰক্ষা বাহিনীৰ হাতত অসুৰক্ষিত হৈ পৰিছে সাধাৰণ জনতা ৷ পুৱাৰ ভাগত তিনিচুকীয়াৰ জাগুনত হোৱা গ্ৰেণেড বিস্ফোৰণত এটা ১২বছৰীয়া শিশুৰ মৃত্যু হয় ৷

Assam Police

প্ৰথম অৱস্থাত আলফাক সন্দেহ কৰা হৈছিল যদিও বৰ্তমান অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে যে এই দুৰ্ঘটনা সংঘটিত হোৱা গ্ৰেণেডটো হয়তো ভুলবশতঃ নিয়মীয়া পৰিভ্ৰমণৰ সময়ত পৰি গৈছিল ৷ 

সুৰক্ষা বাহিনীয়ে দায়িত্ব জ্ঞানহীন ভাৱে কৰা এটা বৃহৎ ভুলৰ বাবেই আজি প্ৰাণ গ’ল এটা শিশুৰ ৷

Your Comments