অসমত ক'ৰ'না আক্রান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ আৰু মাত্ৰ তিনিজন বাকী।কিছু সময়ৰ পূৰ্বে পুনৰ ৰাজ্যত চিনাক্ত হৈছে এজন ব্যক্তি ক'ৰ'না আক্রান্ত।কাছাৰৰ এজন ২৮ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।চেন্নাইৰ পৰা শনিবাৰে কাছাৰলৈ আহিছিল লোকজন।বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসা চলি আছে ব্যক্তিজনৰ।এই কথা সদৰী কৰিছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত ৯৭জনলৈ বৃদ্ধি পালে আক্রান্তৰ সংখ্যা।
- Log in to post comments
- 8 views