নিউজ ডেস্ক :
প্ৰতিমুহূৰ্তত বৃদ্ধি পাইছে ৰাজ্যত ক'ৰনা আক্রান্তৰসংখ্যা।যোৰহাটত এটি ৯ বছৰীয়া লৰা শিশু আক্ৰান্ত হৈছে ক'ৰনা ভাইৰাছত।দিল্লী পৰা পৰিয়ালৰ সৈতে আহিছিল শিশুটি।যোৰহাট তিনি নম্বৰ ৱাৰ্ডত ঘৰ শিশুটি।এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে ৰাজ্যত ৯৬ জনলৈ বৃদ্ধি পালে আক্রান্ত সংখ্যা।
- Log in to post comments
- 23 views