সোণাৰিত উপ নিৰ্বাচনৰ প্ৰচাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

অসম চৰকাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শনিবাৰে বিজেপিৰ ভেটি দৃঢ় কৰিবলৈ উপস্থিত হয সোণাৰিত। অহা২১ অক্টোবৰত সোণাৰিৰ সমষ্টিত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনৰ বাবে বিজেপি মনোনীত প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ সোণাৰিৰ টাওকাক চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাই শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই। সোণাৰিৰ টাওকাক চাহ বাগিচাত অনুষ্ঠিত প্ৰচাৰ অভিযানত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে সাংসদ তপন কুমাৰ গগৈ, বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈ, জ্যেষ্ঠ বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিত আদি উপস্থিত থাকে।

Your Comments