নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি 'কাঞ্চনজংঘা'ৰ প্ৰচাৰৰ বাবে শুকুৰবাৰে নলবাৰীত উপস্থিত হয় জনপ্ৰিয় গায়ক জুবিন গাৰ্গ । নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত টিম কাঞ্চনজঙ্ঘাই প্ৰচাৰ অভিযান চলায় । জুবিন গাৰ্গৰ লগত পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে কাঞ্চনজংঘাৰ অন্যান্য কলা কুশলীসকলো উপস্থিত থাকে ।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহ দেখি জুবিনে কাঞ্চনজংঘাৰ "ধূলিকণা" শীৰ্ষক গীতটো গায় শিক্ষাৰ্থীসকলক মুগ্ধ কৰে।
- Log in to post comments
- 17 views