শুদ্ধ এনআৰচিৰ দাবীত নলবাৰীত এবিভিপিৰ প্ৰতিবাদী সমদল

ab-bahar

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

১০০% শুদ্ধ এনআৰচি আৰু  বাংলাদেশীমুক্ত অসমৰ দাবীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) সমগ্ৰ অসমৰ লগতে আজি নলবাৰীতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷সংগঠনটোৱে মত প্ৰকাশ কৰে যে এখন আসোঁৱাহমুক্ত এনআৰচিয়েহে অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব।

Your Comments