গোলাঘাটৰ প্ৰতিবেদক
আজি গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাই শুদ্ধ আৰু বিদেশীমুক্ত নাগৰিকপঞ্জীৰ দাবীত গোলাঘাটৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ চহৰখনত বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলা সমদলটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে।
- Log in to post comments
- 3 views