ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্ৰতিবেদন :
শনিবাৰে পুৱতি নিশা ২ বজাত বন্যহস্তীৰ আক্ৰমনত নিহত হ'ল কাইলা কাচুৱা (৩৭) নামৰ এজন ব্যক্তি ।
হৰিশিঙাৰ আৰক্ষী চকীৰ অৰ্ন্তগত মাজুলী বাগানত সংঘটিত হয় এই ঘটনা ।
- Log in to post comments
- 361 views