জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন : ৭ জুলাই
বিশ্বনাথৰ ৰতোৱা মোনাবাৰীত আজি পুৱা এজন লোকক ৰেলে মহতিয়াই নিয়াৰ ফলত লোকজনৰ থিতাতে মৃত্যু ঘটে।জানিব পৰা মতে নিহত লোকজনৰ নাম ক্ষীৰধৰ বৰা (৫৫)৷ নিহত ক্ষীৰধৰৰ ঘৰ বিশ্বনাথৰ ৰতোৱাত ৷ তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত আছিল ৷ জানিব পৰামতে আজি পুৱা ৰেলৰ আলি পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷
- Log in to post comments
- 41 views