শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
আজি পুৱাৰ ভাগতেই আছিমগঞ্জৰ কানাইবজাৰ ৰেল ষ্টেচনত এখন মালবাহী ট্ৰেনৰ তলত পৰি এজন যুবকৰ থিতাতে মৃত্যু হয়।এই পৰ্য্যন্ত সম্পূৰ্ণ চিনাক্ত নোহোৱা মৃত যুৱকজনৰ বয়স২৫-৩০ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে।ঘটনাটো সংঘটিত হয় আজি পুৱা ৫-৩০বজাত।প্ৰত্যক্ষদর্শীয়ে ধাৰণা কৰা অনুসৰি শিলচৰ অভিমুখী ট্ৰেইনলৈ অপেক্ষা কৰি থকাৰ সময়তে কেনেবাকৈ এই ঘটনাটো সংঘটিত হৈছে।
- Log in to post comments
- 57 views