
নিউজ ডেস্ক :
'সুগন্ধি পখিলাৰ কবি' হীৰেন ভট্টাচাৰ্যৰ আজি সপ্তম সংখ্যক মৃত্যু দিৱস।২০১২ চনৰ ৪ জুলাইত মৃত্যু হোৱা কবিগৰাকীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এক সোঁৱৰণী বাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে "অসমীয়া সাহিত্যক এক অন্যন্য মাত্ৰ প্ৰদান কৰি থৈ যোৱা সুগন্ধি পখিলা কবি হীৰেন ভট্টাচাৰ্য অসমৰ প্ৰতিটো প্ৰজন্মৰ মাজতেই সমানে জনপ্ৰিয়"।
- Log in to post comments
- 195 views