![alim](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-14%20at%2010.36.10%20AM.jpeg?itok=N5rCyXJ9)
শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
কৰিমগঞ্জ জিলা কংগ্ৰেছৰ উপ-সভাপতি আবুল লেইছ তাপাদাৰৰ বৃহস্পতি বাৰে বিয়োগ ঘটে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে কৰিমগঞ্জ জিলা কংগ্ৰেছ কমিটিয়ে। প্ৰয়াত তাপাদাৰ আছিল কংগ্ৰেছৰ দুঃসময়ৰ সংগী।
আজি সন্ধিয়া গুয়াহাটীৰ নেমকেয়াৰ হাস্পিতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘাটে তাপাদাৰৰ।নেমকেয়াৰ হাস্পিতালত গৈ তাপাদাৰক শেষ শ্রদ্ধা জনায়, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, দাইয়ান হোছেইন,আবু ছালেহ নজমুদ্দিন আদি লোক সকলে।
- Log in to post comments
- 48 views