বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

sakib

চেঙাৰ পৰা সুৰজিৎ পাঠক

●বৰপেটাৰ বহৰি পাৰঘাটত অঘটন।
●ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱাৰ সন্দেহ  দ্বিতীয় শ্ৰেণীৰ এগৰাকী  ছাত্ৰ ।

surajit 
●ছাত্ৰ গৰাকী কালাতলীৰ  চাকিব মিঞা(8)
●এচ ডি আৰ এফৰ উদ্ধাৰ অভিযান আৰম্ভ ।
●ঘটনাস্থলীত আৰক্ষী, ৰাজহ চক্ৰ বিষয়া উপস্থিত।

Your Comments