![নামৰূপত১অবৈধ১সুৰাৰ১বিৰুদ্ধে১আৰক্ষীৰ১অভিযান](/sites/default/files/styles/article_detail/public/2019-03/0a00ab3b-0c19-4351-b74a-c504b120bd03.jpg?itok=UZQ2mmyQ)
নামৰূপৰ পৰা সমীৰণ বৰুৱা
আজি নামৰূপ থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই কে'বাটাও চুলাইৰ ঘাটি নষ্ট কৰে৷
ইয়াৰ উপৰি বিভিন্ন হোটেলত অবৈধভাৱে থোৱা দেশী-বিদেশী সুৰাৰ কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয়৷
- Log in to post comments
- 12 views