![সোণাৰিৰ১অধিবক্তা১নিৰুদ্দেশ](/sites/default/files/styles/article_detail/public/2019-03/99329e76-208e-4490-8645-7edd02c68760.jpg?itok=pX5LCE78)
সোণাৰিৰ পৰা ঘন বৰা
সোণাৰিৰ অধিবক্তা ডালিম মহন নিৰুদ্দেশ। সোণাৰিৰ পাৰ্বতীপুৰৰ নিবাসী তথা কাৰ্বিআংলং হামৰেণ ক'ৰ্টত কৰ্মৰত অধিবক্তাগৰাকীয়ে যোৱা ২ মাৰ্চত কৰ্মক্ষেত্ৰৰ পৰা সোণাৰিলৈ আহি থকাৰ সময়ৰে পৰা নিৰুদ্দেশ হয়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে।
- Log in to post comments
- 5 views