অজন্তা নেওগৰ পথৰ আধাৰশিলা স্থাপন : বহু বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

অজন্তা১নেওগৰ১পথৰ১আধাৰশিলা১স্থাপন১ো১বহু১বিজেপি১কৰ্মীৰ১কংগ্ৰেছত১যোগদান

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে আজি গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফৰকাটিঙত এক পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বালিজান আৰু আঠখেলীয়া অঞ্চলত দুখন কৰ্মী সভাত অংশগ্ৰহণ কৰে|

অজন্তা১নেওগৰ১পথৰ১আধাৰশিলা১স্থাপন১ো১বহু১বিজেপি১কৰ্মীৰ১কংগ্ৰেছত১যোগদান

উল্লেখ্য যে আজি জিলা বিজেপিৰ কিষাণ মৰ্চাৰ এজন বিষয়ববীয়া, জ্যেষ্ঠ ৰাজনৈতিক কৰ্মী অশোক শইকীয়াই কংগ্ৰেছ দলৰ নীতি-আদৰ্শ আৰু অজন্তা নেওগৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি কংগ্ৰেছ দলত বুজনসংখ্যক সমৰ্থকসহ যোগদান কৰে|

Your Comments