ছহোগুৰিত গঁড়ৰ সন্ত্ৰাস

2

বাক্সা জিলাৰ ছহোগুৰিত পুৱা গঁড়ৰ সন্ত্ৰাস৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৱে গাঁওখনৰ কৃষিভূমিত বিচৰণ কৰিবলৈ ধৰে৷ স্থানীয় লোকে বন বিভাগক খবৰ দিয়াৰ পিছত বনকৰ্মীয়ে গুলী ফুটাই গঁড়টোক খেদিবলৈ প্ৰয়াস কৰিছে৷ 

Your Comments