বৰমাত উত্তেজিত লোকৰ থানা আক্ৰমণ

২

বাক্সা জিলাৰ বৰমাত আজি পুৱা উত্তেজিত লোকে আক্ৰমণ কৰে থানা৷ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ দাবীত একাংশ উত্তেজিত লোকে বৰমাৰ থানাখন ঘেৰাও কৰে৷ শিলগুটি নিক্ষেপ কৰাৰ ফলত থানাখনৰ খিৰিকিৰ আইনা ভাগে৷ থানা আক্ৰমণকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰে৷ তিনিজন আক্ৰমণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷  

Your Comments