নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ আৰু সপেক্ষে থকাৰ ফলত বিজেপি আৰু আছুৰ সংঘাতৰ লগতে বঙাইগাৱৰ প্ৰতিক্ৰীয়া স্বৰূপে যোৱা কালি তিনিচুকীয়াত হোৱা কাণ্ডৰ বাবে আছু আৰু মৰাণ ছাত্ৰ সন্থাৰ এক বৈঠক আজি অনুষ্ঠীত হয়..তিনিচুকীয়া জিলা বিজেপি সভাপতি লক্ষেশ্বৰ মৰাণক কৰা পিছতে তিনিচুকীয়াত ভাগ ভাগৰ ৰাজনীতিৰে একাংশই বিভেদ আনিব বিচৰা কাৰ্যক একে মোখে গৰিহনা দিছে দোয়োটা সংগঠনে..বিধেয়ক বিৰোধী আন্দোলনক মষিমমূৰ কৰিবলৈ এনে দৰে বিভেদ কামি শক্তিক দোয়োটা সংগঠনে সকিয়াই আগলৈ এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ কয়..যোৱা কালি হোৱা ঘটনা দোষ প্ৰকাশ কৰি এই কাৰ্যত তৃতীয় শক্তি থকাৰ আকংশা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই..
- Log in to post comments
- 9 views