জামুগুৰিহাটৰ পৰা প্ৰণৱজ্যোতি ভট্টাচাৰ্য
শোণিতপুৰ জিলাৰ অধীনস্থ ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ সংযোগী খনামুখ হৈ তেজপুৰ বিশ্ববিদ্যালয় হৈ তেজপুৰৰ পৰোৱা চাৰিআলিত ওলোৱা এই পথছোৱা অতি স্পৰ্শকাতৰ হৈ আছে ৷
ৰাজ্যৰ গড়কাপ্তানী বিভাগে এই পথছোৱা মাজে-সময়ে মেৰামতি কৰে বুলি সাধাৰণ ৰাইজে কৈছে যদিও সেই পথ দীৰ্ঘস্থায়ী নহয় আৰু বাৰিষা অহাৰ লগে লগে ৰাইজে যাতায়াতত জীয়াতু ভুগিবলগীয়া হয় ৷
ৰাইজে এই পথছোৱা অতি সোনকালে মেৰামতি কৰি যাতায়াতৰ ব্যৱস্থা সুগম কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷
- Log in to post comments
- 10 views