নাৰায়ণপুৰৰ পৰা অভিজিৎ হাজৰিকা
@বাৰবৈষ্ণৱৰ জন্মভূমি লখিমপুৰৰ নাৰায়ণপুৰত বিদ্যুৎৰ খুঁটাত অংকন পাকিস্তানৰ প্ৰতীক চিহ্ন ।
@নাৰায়ণপুৰ নগৰৰ প্ৰায়বিলাক বিদ্যুতৰ খুঁটাত অংকন এই চিহ্নটো ।
@অসম অশান্ত কৰাৰ চেষ্টাৰে কোনো দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগত অংকন কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
@এই কাণ্ডই নাৰায়ণপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
@দুৰ্বৃত্তক কৰায়ত্তৰ দাবী বিভিন্ন দল-সংগঠনৰ ৷
@ঘটনাস্থলিত পলমকৈ উপস্থিত নাৰায়ণপুৰ আৰক্ষী ৷
- Log in to post comments
- 8 views