নাৰায়ণপুৰ-মাজুলীৰ সীমান্তত গঁড়ৰ মুক্ত বিচৰণ

নাৰায়ণপুৰ-মাজুলীৰ সীমান্তত গঁড়ৰ মুক্ত বিচৰণ

# নাৰায়ণপুৰ-মাজুলীৰ সীমান্তৱৰ্তী অঞ্চলত দুটা গঁড়ৰ মুক্ত বিচৰণ ।

# বৰ্তমান অঞ্চলটোৰ লাগাছু চাপৰিৰ ঘন জংঘলৰ মাজত সোমাই আছে গঁড় দুটা ।

# আতংকময় পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।

# বন বিভাগৰ লোক উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে অঞ্চলটোত ।

# সন্ধিয়াৰ ভাগলৈ গঁড় দুটা কাজিৰঙা অভিমুখে খেদি পঠিওৱাৰ চেষ্টা চলাব বন বিভাগে ।
 

Your Comments