নিউজ ডেস্ক:
ভাৰতীয় জ্যোতিৰ্বিজ্ঞান ছ'চাইটি (এএছআই পিঅ'ইচি)ৰ দ্বাৰা ২০২২ চনৰ বাবে জ্যোতিৰ্বিজ্ঞানৰ অসাধাৰণ থিছিছৰ বাবে সন্মানীয় জাষ্টিছ অক বঁটাৰ বাবে নিৰ্বাচিত হৈছে ড° বৰ্ণালী দাস ।
অধ্যাপক পুনম চন্দ্ৰৰ তত্বাৱধানত "ক'হেৰেণ্ট ৰেডিঅ' ইমিছন ফ্ৰম হট মেগনেটিক ষ্টাৰছ" শীৰ্ষক থিছিছৰ বাবে ড° দাসে বঁটা লাভ কৰিছে ৷
ড° দাস বৰ্তমান আমেৰিকাৰ ডেলাৱেৰ বিশ্ববিদ্যালয়ৰ পোষ্ট ডক্টৰেট গৱেষক।
- Log in to post comments
- 9 views