
নিউজ ডেস্ক:
সদৌ গুৱাহাটী ছাত্ৰ-সন্থাৰ গুৱাহাটীত প্ৰতিবাদ।শ্বহীদ ন্যাসৰ সন্মুখত সাব্যস্ত কৰে ধৰ্ণা।গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰা আৰু নলা-নৰ্দমা চাফা কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।প্ৰতিবাদত অংশগ্ৰহণ কৰে আছুৰ প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে।মহানগৰবাসীক কৃত্ৰিম বানপানীৰ পৰা পৰিকল্পিত ব্যৱস্থা গ্ৰহনেৰে সকাহ দিয়াৰ দাবী কৰে আছুই।
প্ৰতিবাদত অংশগ্ৰহণ কৰে আছুৰ কেন্দ্ৰীয় নেতা প্ৰমুখ্যে সদৌ গুৱাহাটী ছাত্ৰ সন্থা বিষয়ববীয়াই।
- Log in to post comments
- 9 views