
নিউজ ডেস্ক:
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।কলা শাখাত শীৰ্ষ ১০স্থানত উজলিল মুঠ ২০গৰাকী পৰীক্ষাৰ্থী।কলা শাখাৰ সাধনা দেৱী কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেৰী গোহাঁই তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ।মুঠ নম্বৰ লাভ কৰিছে ৪৮৭।দ্বিতীয় স্থানত বিদিশা মিশ্ৰ শংকৰদেৱ একাডেমী নলবাৰীৰ পৰা মুঠ নম্বৰ লাভ কৰিছে ৪৮৬।তৃতীয় স্থানত সুদীপ্ত দেৱ নাথ শংকৰদেৱ উচ্চতৰ মাধ্যমিক একাডেমী হাজো আৰু নীলয় কুৰ্মী ৰামানুজন ,নগাঁৱৰ পৰা মুঠনম্বৰ লাভ কৰিছে ৪৮৩।
- Log in to post comments
- 29 views