
নিউজ ডেস্ক:
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা।অহা ২৭জুনৰ পুৱা ৯বজাত ঘোষণা হ’ব ফলাফল।টুইটযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ্য যে,এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰায় ২লাখৰো অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।কলা, বাণিজ্য, বিজ্ঞান আৰু ভকেছনেল আটাইকেইটা শাখাৰে ঘোষণা হ’ব ফলাফল।
- Log in to post comments
- 11 views