অসম আৰক্ষীলৈ ৩১৫খন মটৰ চাইকেল

A

নিউজ ডেস্ক:

অসম আৰক্ষীলৈ মটৰ চাইকেল।বিভিন্ন  জিলাৰ আৰক্ষীলৈ ৩১৫খন মটৰ চাইকেল বিতৰণ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্টত আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে।
উল্লেখ্য যে ৩১৫খন মটৰ চাইকেলৰ ভিতৰত ২৮৬খন হিৰ’ গ্লেমাৰ, ৩০খন এক্সট্ৰিম আৰু ১৬০খন আৰ মটৰ চাইকেল আছে।

Your Comments