
নিউজ ডেস্ক:
অসমবাসীৰ বাবে সু-খবৰ।ইন্টেলিজেন্স ব্যুৰৰ সঞ্চালক পদত অসম সন্তান।আই বি সঞ্চালকৰ দায়িত্বত তপন কুমাৰ ডেকাক নিযুক্তি।পহিলা জুলাইত দায়িত্ব গ্ৰহণ কৰিব ডেকাই।উল্লেখ্য যে,১৯৮৮বেটছৰ হিমাচল কেডাৰ আই পি এছ বিষয়া আছিল ডেকা। সৰ্থেবাৰীৰ নবীন চন্দ্ৰ ডেকাৰ পুত্ৰ তপন কুমাৰ ডেকা।পূৰ্বে কেন্দ্ৰীয় চোৰাংচোৱা বিশেষ সঞ্চালক পদত কৰ্মৰত আছিল ডেকা।
- Log in to post comments
- 13 views