লালগণেশৰ ব্ৰহ্মবৌধ আশ্ৰমত যোগ দিৱস পালন

A

নিউজ ডেস্ক:

আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন লালগণেশ, ব্ৰহ্মবৌধ আশ্ৰমত।গুৰুদেৱ শ্ৰীসত্যপাল মহাৰাজৰ অনুপ্ৰেৰণাত  উদযাপন যোগ দিৱস।প্ৰায় অৰ্ধশতাধিক লোকে অংশ গ্ৰহণ কৰে যোগ দিৱসত।উল্লেখ্য যে, গুৱাহাটী উক্ত  আশ্ৰম খনত প্ৰত্যেক বছৰে পালন কৰি আহিছে যোগ দিৱস।অভিজ্ঞতা সম্পন্ন যোগ প্ৰশিক্ষকে অংশগ্ৰহণ কৰে অনুষ্ঠানত।আশ্ৰমখনৰ ব্যক্তিসকলৰ লগতে একাংশ স্থানীয়লোক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় কাৰ্যসূচীত।

Your Comments