কা' বাতিলৰ দাবীত নলবাৰীত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

Anti Caa

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১১ ডিচেম্বৰ:

যি সময়ত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব দিয়াৰ কুচকাৱাজ চলাইছে,সেই সময়তে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে অসমৰ দল-সংগঠন ।

শুকুৰবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শ্বহীদৰ কেঁঁচা তেজ অথলে যাবলৈ দিয়া নহ'ব বুলি এটা প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি গো বেক, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, কা' আমি নামানো বুলি শ্লোগান দি নলৱাৰীৰ ৰাজপথ উত্তাল কৰি তোলে।

Your Comments