লাহৰীঘাটৰ পৰা আফতাপ হুছেইন
যোৱা নিশা মৰিগাওঁ জিলাৰ লাহৰীঘাটত এটা ১৫০ বছৰীয়া আঞ্চলিক শিৱ মন্দিৰৰ এজাক ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে।এই লাহৰীঘাট আঞ্চলিক শিৱ মন্দিৰটো হিন্দু-মুছমানৰ মিলনভূমি আছিল।ইয়াত হিন্দু-মুছলমান একত্ৰিত হৈ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিছিল।
এই শিৱ মন্দিৰটো যোৱা নিশাৰ ধুমুহাই বিধস্ত কৰাত স্থানীয় হিন্দু -মুছলমান, সকলো লোকে সমানে দুখ প্ৰকাশ কৰিছে।
- Log in to post comments
- 22 views