তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
মঙলবাৰে বাক্সা জিলাৰ তামুলপুৰৰ কচুকাটা শাখা 'এবছু'ৰ উদ্যোগত বৈছাগু উৎসৱ পালন কৰা হয়।ছাত্র সংগঠনটোৰ সদস্যসকলে জ্যেষ্ঠজনক আৰনাই পিন্ধাই আশীষ লয় আৰু কনিষ্ঠজনক মৰম-সাদৰ কৰে।পুৰুষ-মহিলা,ল'ৰা- ছোৱালীয়ে একেলগে বৈছাগু নৃত্য কৰে । সমগ্ৰ অঞ্চলটোতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।
- Log in to post comments
- 12 views