প্ৰকৃতি ধ্বংসকাৰী  বহুজাতিক কোম্পানীৰ বিৰুদ্ধে ঐক্যবদ্ধ দল-সংগঠন

prakiti

দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ

প্ৰকৃতি অবিহনে মানৱ জীৱনৰ কথা ভাবিবই নোৱাৰি।দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত বহুজাতিক কোম্পানীসমূহে প্ৰকৃতিৰ ওপৰত চলোৱা  ধ্বংসযজ্ঞৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে বহুকেইটা সংগঠন।পৃথিৱী বিখ্যাত নদী শিহুৰ সংগমস্থল কুকুৰমাৰা হাৰ্থে নিমুখ নদীৰপাৰ পথাৰত কৃষি, পৰিৱেশ আৰু জনস্বাৰ্থ সুৰক্ষা সংগ্ৰাম সমিতিৰ আহ্বানত এখন ৰাজহুৱা সংকল্প সভাৰ আয়োজন কৰা হয়।উক্ত সভাত বহুকেইটা সংগঠনৰ নেতাৰ লগতে স্থানীয় ৰাইজো উপস্থিত থাকে।

Your Comments