গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদানৰ দাবী তুলি আজি অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। অসমৰ প্ৰায় ৪০ লাখ অনুসূচিত জাতিক চৰকাৰে কৰি অহা প্ৰতাৰণা তথা অৱহেলাই আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ইংগিত দিয়ে ছাত্ৰ সংগঠনটিয়ে।
- Log in to post comments
- 8 views