বিজেপিয়ে অসমৰ ভাষা-সংস্কৃতি সুৰক্ষাৰ বাবে কাম কৰিব : ৰঞ্জিত দাস

ো

আজি নগাঁও জিলা বিজেপিৰ উদ্যোগত নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃতত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে এই মন্তব্য কৰি কয় যে- অসমৰ খিলঞ্জীয়া জনগণৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ স্তৰিয় কমিটি গঠন কৰি দিছে।

এই সমিতিয়ে ছয় মাহৰ ভিতৰত প্ৰতিবেদন দিব। অসমীয়া মানুহৰ ভাষা, সংস্কৃতিৰ সুৰক্ষিত হয়, তাৰ বাবে বিজেপিয়ে কাম কৰি আহিছে আৰু কৰি যাব। অসমৰ সাস্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি আৱেগৰ পৰিৱৰ্তে বিবেগেৰে বিষয়সমূহ চালিজাৰি চাবলৈ আহ্বান জনায়। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতি-জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ'ব।

Your Comments