আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত প্ৰাৰ্থী আৰু সমষ্টিৰ বিতং তথ্য 

s

পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মুঠ ২৬৮০৮টা সমষ্টিত ৭৮৫৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা,
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সৰ্বমুঠ প্ৰাৰ্থী ৪৩৫১৫গৰাকী,
দ্বিতীয় পৰ্যায়ৰ সৰ্বমুঠ প্ৰাৰ্থী ৩৫০৫৬ গৰাকী,
বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ৭৩৪গৰাকী প্ৰাৰ্থী,
ইয়ৰে বিজেপিৰ ৩৮০গৰাকী, 
কংগ্ৰেছৰ ১৯৩গৰাকী,
অগপৰ ২৮গৰাকী, এআইইউডিএফৰ ১০গৰাকী, চিপিআই (এম)ৰ ১গৰাকী, বিপিএফৰ ৫ গৰাকী,
নিৰ্দলীয় ১১৭ গৰাকী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী ।
জিলা পৰিষদৰ ১, 
আঞ্চলিক পঞ্চায়তত ৫, 
গাওঁ পঞ্চায়ত সদস্য ১৮৭ জয়ী কংগ্ৰেছৰ,
আঞ্চলিক পঞ্চায়ত ১১, 
গাওঁ পঞ্চায়ত সভাপতি ৭, 
গাওঁ পঞ্চায়ত সদস্য ৩৬২ জয়লাভ বিজেপিৰ । 
২৮ গাওঁ পঞ্চায়ত সদস্য বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ অগপৰ, এআইইউডিএফৰ ১০ গৰাকী গাওঁ পঞ্চায়ত সদস্যৰ জয়, চিপিআই (এম)ৰ ১ গাওঁ পঞ্চায়তৰ সদস্যৰ জয়, বিপিএফৰ ৫ গাওঁ পঞ্চায়ত সদস্য আৰু নিৰ্দলীয় ১১৭ গৰাকীৰ বিনাপ্ৰতিদ্বন্দিৰে জয়
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে জয় ৪৪২ গৰাকী প্ৰাৰ্থী
দ্বিতীয় পৰ্যায়ত ২৯২ গৰাকীৰ জয় । 
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'ব ৩ ডিচেম্বৰৰ বিয়লি ৩ বজাত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিব ৭ ডিচেম্বৰৰ বিয়লি ৩ বজাত । 
এই তথ্য দিলে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই৷

Your Comments