প্ৰৰোচনামূলক বক্তব্যৰে ৰাজ্যত অশান্তি সৃষ্টি কৰি তিনিচুকীয়াত জঘন্য হত্যাকাণ্ডৰ পৰিস্থিতি সৃষ্টি কৰোৱাত জড়িত থকা বুলি অভিযোগ তুলি হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, প্ৰদীপ দত্ত ৰয়, কমলাক্ষ দে', চন্দন সৰকাৰ আৰু শ্যামল সৰকাৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল ।
এজাহাৰ দাখিল কৰিছে দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমে । এই কথা জানিবলৈ দিছে দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ।
- Log in to post comments
- 35 views