ধলাত সংঘটিত ঘটনা সন্দৰ্ভত কৃষক নেতা অখিল গগৈৰ প্ৰতিক্ৰিয়া ।
এই ঘটনাৰ বাবে কৃষক নেতাগৰাকীয়ে মূলতঃ বিজেপি আৰু আৰ এছ এছ জগৰীয়া বুলি মন্তব্য কৰে ।
কৃষক নেতাগৰাকীয়ে কোনো উগ্ৰ জাতীয়তাবাদী সংগঠনে এই ঘটনা সংঘটিত কৰা নাই বুলিও নিজৰ মত প্ৰকাশ কৰে ।
তেওঁ লগতে এই ঘটনাৰ বাবে হোজাইৰ বিধায়ক শিলাদিত্য দেৱক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও মন্তব্য কৰে ।
- Log in to post comments
- 18 views