কটনৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ বিজেপিত যোগদান

A

নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা ভাৰতীয় জনতা যুৱ মর্চাত যোগদান।বিজেপিৰ ভাতৃ সংগঠনটোত শনিবাৰে বহুকেইজন কটনৰ ছাত্ৰক লগত লৈ যোগদান কৰে নিয়ৰে।উল্লেখ্য যে কিছুদিন পূৰ্বে  কটনৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই এই ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰিছিল।তাৎপৰ্য পূৰ্ণ কথা এই যে,মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিজেপিৰ সভাপতি ভৱেশ কলিতাল উপস্থিতিত নিয়ৰে আনুষ্ঠানিক ভাৱে যোগদান কৰে গেৰুৱা দলটোত।
উল্লেখ্য যে কা' বিৰোধী আন্দোলনৰ সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিছিল ছাত্ৰ নিয়ৰে।

Your Comments