বিমানবন্দৰ-ৰে’লষ্টচনত এতিয়াৰে পৰা বাধ্যতামূলক নহয় ক’ভিড-১৯ৰ পৰীক্ষা

A

B
নিউজ ডেস্ক:
সােমবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত যাত্ৰীৰ বাধ্যতামূলক ক’ভিড-১৯ পৰীক্ষা বাতিল কৰা হৈছে।বিভাগটােৰ প্ৰধান সচিব অনুৰাগ গােৱেলৰ স্বাক্ষৰিত এই নিৰ্দেশনাটােত চিকিৎসা মহাবিদ্যালয় হাস্পতাল নাইবা অন্যান্য চৰকাৰী হাস্পতালৰ জৰুৰীকালীন সেৱাৰ বাবেও প্ৰয়ােজন বাধ্যতামূলক নহ’ব ক’ভিড-১৯ৰ পৰীক্ষা।

Your Comments